May 16, 2024 11:21 AM

views 34

দ্য ইণ্ডিয়া স্কিলছ ২০২৪ শীৰ্ষক ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতা আৰম্ভ

নতুন দিল্লীত কালিৰে পৰা দ্য ইণ্ডিয়া স্কিলছ ২০২৪ শীৰ্ষক ভাৰতৰ সৰ্ববৃহৎ দক্ষতা প্রতিযোগিতা আৰম্ভ হৈছে। প্রতিযোগিতাৰ চাৰিটা দিনত ৩০খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৯০০ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে পৰম্পৰাগত শিল্পকৰ্মৰপৰা আৰম্ভ কৰি শেহতীয়া প্রযুক্তিলৈকে ৬১টা ভিন্ন ক্ষেত্রত দক্ষতা প্ৰদৰ্শন কৰিব। উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি দক্ষতা বিকাশ মন্ত্রালয়ৰ সচিব অতুল কুমাৰ তিৱাৰীয়ে এই প্রতিযোগিতাক যুৱক-যুৱতী তথা উদ্যোগ উভয়ৰে বাবে বুশেষ সুযোগ বুলি অভিহিত কৰে। এই অনুষ্ঠানৰ লক্ষ্য হ'ল ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে দক্ষতা ...