December 31, 2025 1:23 PM

views 41

দিল্লী জন বিশ্বাস (সংশোধনী) বিধেয়ক-২০২৬ত দিল্লী চৰকাৰৰ অনুমোদন

দিল্লী চৰকাৰে দিল্লী জন বিশ্বাস (সংশোধনী) বিধেয়ক, ২০২৬ত অনুমোদন জনাইছে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই জনাইছে যে দিল্লীৰ কেবিনেটে অনুমোদন জনোৱা বিধেয়কখনৰ লক্ষ্য অনুপালন প্রক্রিয়াক সৰল কৰাৰ লগতে সামান্য নীতি উলংঘাক অপৰাধমুক্ত তথা আদালতত গোচৰৰ সংখ্যা হ্ৰাস আৰু প্ৰশাসনিক দক্ষতা বৃদ্ধি কৰা । ২০২৬ বৰ্ষৰ ৫ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া দিল্লী বিধানসভাৰ শীতকালীন অধিৱেশনত বিধেয়কখন গৃহীত হ'ব বুলিও তেওঁ উল্লেখ কৰে। শ্ৰীমতী গুপ্তাই কয় যে, এই বিধেয়কখনৰ উদ্দেশ্য আইন-শৃংখলাহীনতাক উৎসাহিত কৰা নহয়, বৰ...