May 30, 2024 6:59 PM

views 19

ৰঙিয়াত প্রয়াত প্ৰাক্তন মন্ত্ৰী থানেশ্বৰ বড়োৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত

প্রয়াত প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়াৰ তিনিবাৰৰ বিধায়ক থানেশ্বৰ বড়োৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ৰঙিয়াত আজি এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। অগপ দলৰ জিলা সমিতিয়ে ৰঙিয়া প্ৰগতি সংঘৰ বাকৰিত আয়োজন কৰা অনুষ্ঠানটোত প্রয়াত বড়োৰ পৰিয়ালবৰ্গৰ লগতে অগপ আৰু বিজেপিৰ বহুকেইগৰাকী মন্ত্ৰী-বিধায়ক তথা স্থানীয় লোকে অংশগ্রহণ কৰে। অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই প্ৰয়াত নেতাগৰাকীক স্মৰণ কৰি অনাগত সময়ত তেখেতে দেখুৱাই থৈ যোৱা পথেৰে আগুৱাই যোৱাৰ সংকল্প লয়। ৰাজ্যিক বিজেপিৰ সভ...