June 27, 2026 12:56 PM

views 17

কাইলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বিশেষ টেটৰ লিখিত পৰীক্ষা

ৰাজ্যৰ ১২খন জিলাত কাইলৈ বড়ো, গাৰো, মণিপুৰী আৰু মাৰ মাধ্যমৰ বাবে বিশেষ টেটৰ লিখিত পৰীক্ষা অনুষ্ঠিত হ'ব। নিম্ন আৰু উচ্চ প্রাথমিকৰ বাবে হ'বলগীয়া এই পৰীক্ষাৰ বাবে পৰীক্ষাৰ্থীসকলে প্রবেশ পত্ৰৰ সৈতে যিকোনো এখন ফটোযুক্ত পৰিচয় পত্ৰ লগত লৈ যাব লাগিব। ইয়াৰ উপৰি পৰীক্ষাৰ্থীসকলে পৰীক্ষা কেন্দ্ৰৰ ভিতৰলৈ মোবাইল ফোন, ডিজিটেল ঘড়ী অথবা কোনোধৰণৰ ইলেকট্রনিক সামগ্ৰী নিব নোৱাৰিব বুলি ৰাজ্যৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে নির্দেশ জাৰি কৰিছে। বিশেষ টেট পৰীক্ষাৰ বাবে জিলা প্রশাসনসমূহে কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুস...