December 21, 2025 11:14 AM

views 59

কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য বা অস্থিৰতাৰ সৃষ্টি কৰা কাৰ্য প্ৰতিৰোধৰ বাবে তেলেংগানা চৰকাৰে এখন নতুন আইন প্ৰৱৰ্তন কৰিব

কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য বা অস্থিৰতাৰ সৃষ্টি কৰা কাৰ্য প্ৰতিৰোধৰ বাবে তেলেংগানা চৰকাৰে এখন নতুন আইন প্ৰৱৰ্তন কৰিব। তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেৱনাথ ৰেড্ডীয়ে কালি এই ঘোষণা কৰে ৷ বাজেট অধিৱেশনৰ সময়তে এই প্ৰস্তাৱিত বিধেয়কখন উত্থাপন কৰা হ'ব। হায়দৰাবাদত কালি সন্ধিয়া আয়োজিত প্ৰাক-বৰদিনৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ধৰ্মীয় ঘৃণা আঁতৰোৱাৰ বাবে এই আইনখনত গুৰুত্ব দিয়া হ'ব। তেওঁ লগতে কয়, যে অন্য ধৰ্মৰ লোকক অত্যাচাৰ কৰিলেও এই আইনৰ জৰিয়তে শাস্তি ব...