September 8, 2024 8:23 PM

views 60

গ্রামোন্নয়ন ৰাজ্য মন্ত্ৰী ড০ পেন্মাচানি চন্দ্ৰশেখৰৰ অন্ধ্ৰপ্ৰদেশৰ গুণ্ট্ৰৰ জিলাৰ বান ক্ষতিগ্রস্তসমূহ পৰিদৰ্শন

গ্রামোন্নয়ন ৰাজ্য মন্ত্ৰী ড০ পেন্মাচানি চন্দ্ৰশেখৰে আজি অন্ধ্ৰপ্ৰদেশৰ গুণ্ট্ৰৰ জিলাৰ বান ক্ষতিগ্রস্তসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে ৱেংকটকৃষ্ণপুৰম, অনুমালাপুড়ী, তাংগেল্লামুড়ি তথা সমীপৰ অঞ্চলসমূহৰ বানত বুৰ যোৱা খেতিপথাৰসমূহ পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে কৃষকসকলক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰে। তেওঁ কয় যে, কৃষকসকলক লোকচানৰ পৰা সুৰক্ষা দিবলৈ পদক্ষেপ গ্ৰহণ কৰা হ'ব। তেওঁ লগতে অতিৰিক্ত সাহায্য আগবঢ়োৱাৰো প্ৰতিশ্ৰুতি দিয়ে। ড০ চন্দ্ৰশেখৰে যুদ্ধকালীন ক্ষীপ্ৰতাৰে অঞ্চলটোৰ নলা নিষ্কাষণ ব্...