August 3, 2025 7:51 PM

views 70

ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ ভোটাৰ পৰিচয় পত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী প্ৰসাদ যাদৱৰ ভোটাৰ পৰিচয় পত্ৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভাৰতৰ নিৰ্বাচন আয়োগে নেতাগৰাকীৰ ভোটাৰ পৰিচয় পত্ৰক লৈ সৃষ্টি হোৱা বিতৰ্কৰ পাছত সমগ্ৰ বিষয়টো তদন্তৰ বাবে যাদৱক আজি সবিশেষ তথ্য দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। দিঘা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াগৰাকীয়ে কৈছে যে তেজস্বী যাদৱে সংবাদমেলত প্ৰদৰ্শন কৰা ভোটাৰ পৰিচয় পত্ৰখন নির্বাচন আয়োগে প্ৰদান কৰা ভোটাৰ পৰিচয় পত্ৰ নহয়। উল্লেখযোগ্য যে কালি এখন সংবাদমেল সম্বোধন কৰি আৰ জে ডিৰ নেতাগৰাকীয়ে তেওঁৰ নামটো ...