June 5, 2026 1:13 PM
18
প্ৰধানমন্ত্ৰীৰ উপদেষ্টা হিচাপে তৰুণ কাপুৰৰ এবছৰ কাৰ্যকাল বৃদ্ধিত কেবিনেট সমিতিৰ অনুমোদন
১৯৮৭ চনৰ অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া তৰুণ কাপুৰক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপদেষ্টা হিচাপে এবছৰ কাৰ্যকাল বৃদ্ধিৰ বাবে নিযুক্তি সম্পৰ্কীয় কেবিনেট সমিতিয়ে অনুমোদন জনাইছে। কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে জনোৱা মতে, প্রধানমন্ত্ৰীৰ কাৰ্যালয়ত শ্ৰী কাপুৰৰ বৰ্ধিত কার্যকাল অহা ১০ জুনৰ পৰা আৰু এবছৰৰ বাবে কাৰ্যকৰী হ'ব।