January 21, 2025 7:04 PM

views 33

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰ উদ্বোধন

সমাগত গণৰাজ্য দিৱস উপলক্ষে তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদত আজি এটা ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰৰ শুভউদ্বোধন কৰা হয়। জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে এই হস্তনির্মিত ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কেন্দ্ৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই অনুষ্ঠানতে দেশপ্রেমমূলক সংগীত প্ৰচাৰৰ বাবে এখন ভ্রাম্যমাণ বাহন মুকলি কৰা হয়। জিলা আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰী আৰু পৌৰপতি বাণীকান্ত বসুমতাৰীয়ে বাহনখন মুকলি কৰে। অনুষ্ঠানত জিলাখনৰ সহকাৰী আয়ুক্ত, অতিৰিক্ত আয়ুক্ত, পৌৰসভাৰ ...