January 22, 2025 12:25 PM

views 30

সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক-সাংস্কৃতিক সংঘৰ উদ্যোগত তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ

সংযুক্ত টাই জনগোষ্ঠীয় সামাজিক-সাংস্কৃতিক সংঘৰ উদ্যোগত দুলীয়াজান সমষ্টি আৰু টেঙাখাতবাসী ৰাইজৰ সহযোগত কালিৰে পৰা তৃতীয় টাই জনগোষ্ঠীয় সাংস্কৃতিক মহোৎসৱ অনুষ্ঠিত হৈছে। বহিঃৰাষ্ট্ৰ থাইলেণ্ড, ম্যানমাৰৰ উপৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ টাই জনগোষ্ঠীৰ প্ৰতিনিধি আৰু ৰাজ্যৰ বিভিন্ন অঞ্চলত বসবাস কৰা অঞ্চলটোৰ প্ৰতিনিধিসকলে এই অনুষ্ঠানত অংশ লৈছে। কালি পুৱা মহোৎসৱৰ তোৰণ উদ্বোধনেৰে কাৰ্যসুচীৰ শুভাৰম্ভ কৰা হয়। ইয়াৰ পাছত টাই আহোম জাতীয় সংগীত পৰিৱেশন কৰাৰ লগতে ম্যানমাৰ আৰু থাইলেণ্ডৰ প্ৰতিনিধিসকলে নিজৰ ল...