August 17, 2024 8:17 PM

views 29

৭০ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে’লৱে টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি

উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ ক্ৰীড়া সংস্থাৰ দ্বাৰা আয়োজিত ৭০ সংখ্যক সৰ্বভাৰতীয় আন্তঃৰে'লৱে টেবুল টেনিছ প্রতিযোগিতাৰ সামৰণি পৰিছে। পুৰুষ আৰু মহিলা দলীয় শাখাৰ লগতে একক শাখাতো এই প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল। দক্ষিণ-পূব ৰে'লৱেৰ পুৰুষ আৰু মহিলা উভয় দলেই প্রতিযোগিতাত বিজয় হয়। ইপিনে মহিলাৰ একক দলত পশ্চিম ৰে'লৱেল অনুষা কুটুম্বেলে আৰু আৰু পুৰুষৰ শাখাত পূব ৰে'লৱেৰ ৰণিত ভঞ্জই বিজয়ী খিতাপ লাভ কৰে। ১২ আগষ্টত আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ভাৰতীয় ৰে'লৱেৰ বিভিন্ন সংমণ্ডলৰ ১৮০ গৰাকী খেলুৱৈ আৰু পুৰুষৰ ১৩টা তথা ...