October 14, 2026 12:59 PM
5
ভাৰতত ২০১৫ৰ পৰা ২০২৪ চনৰ সময়ছোৱাত যক্ষ্মা ৰোগীৰ সংখ্যা ২১ শতাংশলৈ হ্ৰাস
ভাৰতত ২০১৫ৰ পৰা ২০২৪ চনৰ সময়ছোৱাত যক্ষ্মা ৰোগীৰ সংখ্যা ২১ শতাংশলৈ হ্ৰাস পাইছে। সমগ্ৰ বিশ্বৰ তুলনাত এই হাৰ হৈছে ১২ শতাংশ। তদুপৰি দেশত যক্ষ্মা ৰোগীক চিকিৎসা প্ৰদানৰ হাৰো ৯২ শতাংলৈ বৃদ্ধি পাইছে। চৰকাৰে ৰোগৰ পৰীক্ষাৰ সম্প্ৰসাৰণ, উন্নত প্রযুক্তি আৰু জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে যক্ষ্মা ৰোগ নিৰ্মূল কৰাৰ দিশত ব্যাপক প্রচেষ্টা গ্রহণ কৰিছে। যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত ২৮ কোটিৰো অধিক লোকৰ পৰীক্ষা কৰোৱাৰ লগতে ২০ লাখৰো অধিক ৰোগীয়ে যক্ষ্মা প্ৰতিৰোধ চিকিৎসা সেৱা লাভ কৰিছে আৰু ৫ লাখ ৭০ হাজাৰ নতুন নিক্ষয় ...