November 21, 2024 6:51 PM

views 29

টি-২০ ৰেংকিঙত ভাৰতৰ হার্দিক পাণ্ডিয়াৰ বিশ্বৰ অল ৰাউণ্ডাৰ হিচাপে পুনৰ প্ৰথম স্থান দখল

আই চি চিৰ পুৰুষৰ টি-২০ ৰেংকিঙত ভাৰতৰ হার্দিক পাণ্ডিয়াই বিশ্বৰ অল ৰাউণ্ডাৰ হিচাপে পুনৰ প্ৰথম স্থান দখল কৰিছে। বেটছমেনৰ তালিকাত শীৰ্ষ দহৰ তৃতীয় স্থানত ভাৰতৰ তিলক বার্মা থকাৰ লগতে সূৰ্য্যকুমাৰ যাদৱ চতুৰ্থ স্থানলৈ উন্নীত হৈছে। আনহাতে, যশস্বী জয়ছোৱালে এটা স্থান অৱনমিত হৈ আঠ নম্বৰ স্থানত আছে। পেচ বলাৰ অশদ্বীপ সিঙে ৰবি বিষ্ণয়ৰ সৈতে শীৰ্ষ দহৰ তালিকাত স্থান লাভ কৰিছে।