November 28, 2024 11:59 AM

views 32

ছয়ীদ মুস্তাক আলী ছিনিয়ৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাত চণ্ডীগড়ক ১১ ৰানত পৰাস্ত অসমৰ

ছয়ীদ মুস্তাক আলী ছিনিয়ৰ ৰাষ্ট্ৰীয় ক্ৰিকেট প্ৰতিযোগিতাৰ কালি অনুষ্ঠিত এখন খেলত অসমে চণ্ডীগড়ৰ বিৰুদ্ধে জয়লাভ কৰিছে। দিবা-নৈশ খেলত অসমে চণ্ডীগড়ক ১১ ৰানৰ ব্যৱধানত পৰাস্ত কৰে। বিশাখাপট্টনমত অনুষ্ঠিত খেলখনত প্ৰথমে বেটিং কৰি অসমে ১৯ অভাৰ এটা বলত ১৫০ ৰান কৰে। দলৰ হৈ ছাহিল জৈনে ৪টা ছিক্সাৰেৰে ৫১ আৰু সুমিতে তিনিটা ছিক্সাৰেৰে ৪২ ৰান কৰে। কিন্তু অসমে অন্তিম ৯ ৰানৰ ভিতৰত ৬টা উইকেট হেৰুওৱাত সম্পূৰ্ণ ২০ অ'ভাৰ বেটিং কৰাত বিফল হয়। চণ্ডীগড়ৰ হৈ সন্দীপ শৰ্মাই ৪টা উইকেট লাভ কৰে। প্ৰত্যুত্তৰত চণ্ডীগড়েও আৰম্ভণি...