December 13, 2025 9:30 PM

views 30

বিশ্বনাথ জিলাত নৱনিৰ্মিত ছুইমিং পুল ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন ছুইমিং ফেডাৰেচন অব ইণ্ডিয়া, অসম সাঁতোৰ সন্থাৰ

ছুইমিং ফেডাৰেচন অব ইণ্ডিয়া আৰু অসম সাঁতোৰ সন্থাৰ প্ৰতিনিধিবর্গই আজি বিশ্বনাথ জিলাত নৱনিৰ্মিত ছুইমিং পুল ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। পৰিদৰ্শনৰ অন্তত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত নিৰ্মাণ কাৰ্যত ৰৈ যোৱা আঁসোৱাহৰ বিষয়ে আঙুলিয়াই দি পৰৱৰ্তী সময়ত তাক দূৰ কৰিবলৈ পৰামৰ্শ দিয়ে। পৰিদৰ্শনৰ বাবে অহা দলটোত ছুইমিং ফেডাৰেচন অব ইণ্ডিয়াৰ উপ-সভাপতি ভাস্কৰ ৰঞ্জন দাস, অসম সাঁতোৰ দলৰ মুখ্য প্রশিক্ষক বাবুল গুৰুং, অসম সাঁতোৰ সন্থাৰ যুটীয়া সম্পাদক দিব্য শর্মা, সম্পাদক প্রশান্ত মহন্তকে ধৰি আন আন সদস্যসকল উপস...