September 17, 2026 12:46 PM

views 4

সমগ্ৰ দেশত আজি পৰিচ্ছন্নতাই সেৱা অভিযান, ২০২৬ আৰম্ভ

সমগ্ৰ দেশত আজি পৰিচ্ছন্নতাই সেৱা অভিযান, ২০২৬ আৰম্ভ হ'ব। ১৭ অক্টোবৰলৈ চলিবলগীয়া এই অভিযানৰ অধীনত চক্ৰীয় অর্থনীতি তথা আৱৰ্জনাৰ পৰা সম্পদ উদ্যমৰ জৰিয়তে পূৰ্বে চিহ্নিত ঠাই আৰু অধিক ভিৰ হোৱা ৰাজহুৱা স্থানসমূহ পৰিষ্কাৰ কৰি তোলা, যুৱ প্ৰজন্মৰ অংশগ্রহণ বৃদ্ধি আৰু পৰিচ্ছন্নতাৰ পৰা সমৃদ্ধিৰ দৃষ্টিভংগীৰ প্ৰসাৰত গুৰুত্ব আৰোপ কৰা হ'ব। এই বছৰ এই দিৱসৰ মূল বিষয়বস্তু হৈছে – ‘পৰিচ্ছন্নতাৰ অভিযানত সহযোগিতা পৰিষ্কাৰ ভাৰত, বিকশিত ভাৰত’। এই বিষয়বস্তুৰ জৰিয়তে পৰিষ্কাৰ আৰু বিকশিত ভাৰতৰ দৃষ্টিভংগী পূৰণৰ ক্ষেত্ৰত...