December 8, 2025 7:48 PM

views 24

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পৰহিলৈ পালন কৰিবলগীয়া ছহিদ দিৱসৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ

ৰাজ্যজুৰি বিস্তৃত কাৰ্যসূচীৰে পৰহিলৈ পালন কৰিবলগীয়া ছহিদ দিৱসৰ প্ৰস্তুতিৰ খতিয়ান লবলৈ আজি মন্ত্ৰী অতুল বৰাই জিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বৈঠকত মিলিত হয়। এই বৈঠকত মন্ত্ৰী কেশৱ মহন্ত, জয়ন্ত মল্ল বৰুৱা, ৰূপেশ গোৱালা আৰু ৰাজ্যৰ মুখ্য সচিব ড° ৰবী কোটা উপস্থিত থাকে। এই বৈঠকত প্ৰতিখন জিলা আৰু সমজিলাত এই অনুষ্ঠান সফলভাৱে অনুষ্ঠিত কৰিবলৈ যাৱতীয় নির্দেশনা দিয়া হয়। উল্লেখযোগ্য যে এই অনুষ্ঠানৰ বাবে ৰাজ্য চৰকাৰে প্ৰস্তুতি প্রায় সম্পূৰ্ণ কৰি তুলিছে। গুৱাহাটীৰ পশ্চিম বৰাগাওঁত ছহি...