December 10, 2024 8:49 PM

views 41

মুকলিত মল ত্যাগ অভ্যাসৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত বৰ্তমানলৈকে ১,৮৬৯ কোটিৰো অধিক টকাৰ সাহায্য

স্বচ্ছ ভাৰত গ্ৰামীণ অভিযানৰ অধীনত সমগ্ৰ দেশৰ গাঁওসমূহৰ মুকলিত মল ত্যাগ অভ্যাসৰ বিৰুদ্ধে চলোৱা অভিযানৰ অধীনত চলিত বৰ্ষৰ নবেম্বৰ পৰ্য্যন্ত ১,৮৬৯ কোটিৰো অধিক টকাৰ সাহায্য কেন্দ্ৰৰ অংশীদাৰিত্ব হিচাপে মুকলি কৰি দিয়া হয়। আজি লোকসভাত এটা প্ৰশ্নৰ লিখিত উত্তৰত গ্রামোন্নয়ন মন্ত্রালয়ে এই তথ্য সদৰী কৰে। মল নিষ্কাষণ, মল পৰিষ্কৰণ আৰু বৰ্জিত পানী পৰিশোধনৰ বাবে এম জি এনৰেগাৰ অধীনত এই ধন ব্যয় কৰা হৈছে। এতিয়ালৈ ৫৬ লাখৰো অধিক ব্যক্তিগত শৌচাগাৰ, প্ৰায় ১৪ লাখ বিদ্যালয় আৰু অংগনৱাড়ী শৌচাগাৰৰ লগতে ৬৪ হাজাৰ সমূ...

September 17, 2024 12:51 PM

views 42

সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ বিভিন্ন ঠাইত স্বচ্ছতাই সেৱা অভিযান ২০২৪ ৰ বিভিন্ন কাৰ্যসূচী আয়োজন

সমগ্ৰ দেশতে আজি স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হৈছে। এইবাৰৰ এই অভিযানৰ বিষয়বস্তু হৈছে স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চলোৱা হ'ব। উল্লেখযোগ্য যে ২০১৪ চনত আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযানে এটা দশক পূৰ্ণ কৰিলে। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰ্যালয়ে দেশজুৰি জনসাধাৰণৰ বাবে স্বচ্ছতাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছ...

September 17, 2024 11:35 AM

views 38

স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা বিষয়বস্তুৰে  সমগ্র দেশতে স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ

সমগ্র দেশতে আজি স্বচ্ছতাই সেৱা অভিযান ২০২৪ আৰম্ভ হৈছে। এইবাৰৰ এই অভিযানৰ বিষয়বস্তু হৈছে স্বভাৱ স্বচ্ছতা-সংস্কাৰ স্বচ্ছতা। এই অভিযান অহা ২ অক্টোবৰলৈকে চলিব। দেশৰ পৰ্যটনস্থলী, ৰাজহুৱা ভৱন, বাণিজ্যিক অঞ্চল, জলাশয়, চিৰিয়াখানা তথা ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ দৰে বিভিন্ন স্থানত সমূহীয়া শ্ৰমদানেৰে এই অভিযান চলোৱা হ'ব। উল্লেখযোগ্য যে ২০১৪ চনত আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযানে এটা দশক পূর্ণ কৰিলে৷ ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰ্যালয়ে দেশজুৰি জনসাধাৰণৰ বাবে স্বচ্ছতাৰ বাবে বিভিন্ন কাৰ্যসূচী আয়োজন কৰিছ...