May 20, 2025 12:35 PM

views 34

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি উৎপাদন আৰম্ভ কৰিবলৈ সেউজ সংকেত বিশেষজ্ঞ সমিতিৰ

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰি উৎপাদন আৰম্ভ কৰিবলৈ সেউজ সংকেত দিয়া তিনিজনীয় বিশেষজ্ঞ সমিতিয়ে প্ৰকল্পটোৰ নামনিত পানীৰ নাটনি নহ'বলৈ দৈনিক ২৪০ কিউমেক হাৰত পানী এৰি দিবলৈ পৰামৰ্শ দিছে। খৰালিত বান্ধৰ জলাধাৰ পানী সম্পূৰ্ণৰূপে নাথাকিলেও এন এইচ পি চিয়ে নৈখনৰ নামনি অংশত পানী থকাটো সুনিশ্চিত কৰিবলৈ প্ৰকল্পৰ এটা গোট নিৰৱচ্চিন্নভাৱে চলাই ৰাখিব বুলি বিশেষজ্ঞ সমিতিয়ে মতামত দিছে। ইয়াৰ দ্বাৰা প্ৰকল্পৰ নামনি অঞ্চলত থকা শিহুকে ধৰি সামগ্রিক জলজ জৈৱ বৈচিত্ৰৰ সুৰক্ষা তথা সংৰক্ষণ সু...