September 22, 2025 7:18 PM

views 49

নেপালৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ বাবে ৫ গৰাকী নতুন মন্ত্ৰীৰ নাম ঘোষণা প্রধানমন্ত্রী সুশীলা কাৰ্কিৰ

নেপালৰ নৱ-নিৰ্বাচিত প্রধানমন্ত্রী সুশীলা কাৰ্কিয়ে তেওঁৰ অন্তৱৰ্তীকালীন চৰকাৰখনৰ বাবে ৫ গৰাকী নতুন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে। দেশখনৰ সৰ্বোচ্চ ন্যায়ালয়ৰ ভূতপূর্ব ন্যায়াধীশ অনিল কুমাৰ সিন্হাক উদ্যোগ, বাণিজ্য আৰু যোগান, আইন আৰু ন্যায় দপ্তৰৰ লগতে ভূমি সংস্কাৰ, সমবায় আৰু দাৰিদ্র্য দূৰীকৰণ দপ্তৰৰ দায়িত্ব অর্পণ কৰা হ'ব। দেশখনৰ শিক্ষা খণ্ডৰ সৈতে জড়িত এগৰাকী আগশাৰীৰ ব্যক্তি মহাবীৰ পুণক শিক্ষা দপ্তৰৰ লগতে বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হ'ব। উল্লেখযোগ্য যে শ্রীপুণ হৈছে ৰাম...