August 22, 2026 1:58 PM

views 36

দেশত পর্যাপ্ত পৰিমাণৰ চেনি মজুত আছে : চৰকাৰ

দেশত প্রয়োজনতকৈ কম পৰিমাণে চেনি উৎপাদন হোৱাৰ পাছতো ঘৰুৱা চাহিদা পূৰণৰ বাবে পর্যাপ্ত পৰিমাণৰ চেনি মজুত আছে বুলি চৰকাৰে আশ্বাস দিছে। শেহতীয়াকৈ চেনিৰ মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত চৰকাৰে পর্যাপ্ত পৰিমাণৰ চেনিৰ মজুত নিশ্চিত কৰা আৰু গ্ৰাহকসকলৰ বাবে সুস্থিৰ মূল্য বজাই ৰখাৰ ক্ষেত্ৰত এলানি ব্যবস্থা গ্রহণ কৰিছে। গ্রাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ মন্ত্ৰ্যালয়ে জনোৱা মতে পৰিস্থিতি নিৰন্তৰ নিৰীক্ষণ কৰি থকা হৈছে। উল্লেখযোগ্য যে যোৱা ২০ জুলাইত চেনিৰ মূল্য প্রতি কিলোগ্রামত ৪৮ টকাৰ পৰা যোৱা বৃহস্পতিবাৰলৈ প্ৰ...