September 15, 2025 8:12 PM

views 23

শিলচৰৰ এন আই টি চৌহদত হিংসাত্মক ঘটনা সন্দৰ্ভত ৫ বাংলাদেশী ছাত্ৰক সাময়িক বহিষ্কাৰ

শিলচৰৰ নেচনেল ইনষ্টিটিউট অব টেকন'লজিৰ চৌহদত হিংসাত্মক ঘটনা সন্দৰ্ভত ৫ গৰাকী বাংলাদেশী ছাত্ৰক সাময়িকভাৱে বহিষ্কাৰ কৰা হৈছে। এই ছাত্ৰ কেইজনক এটা শিক্ষাবৰ্ষৰ বাবে বহিষ্কাৰ কৰাৰ লগতে ছাত্রাবাসত থকাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তৃতীয় বৰ্ষৰ এই ছাত্রকেইজনে সহপাঠীক আক্ৰমণ কৰাৰ অভিযোগ উঠিছিল। এই ছাত্রকেইজন এছ কে ছাহৰিয়াৰ আহমেদ আকাশ, সীমান্ত ঘোষ, সৌম্যজিৎ পাল, ছাজ্জাদ হুছেইন ৰফী আৰু মহম্মদ নুৰ হুছেইন বুলি প্ৰকাশ কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ সাংস্কৃতিক সম্পৰ্ক পৰিষদৰ জলপানী লাভ কৰি এই ছাত্রকেইজনে...