February 7, 2025 11:17 AM

views 28

শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিন

যোৰহাট জিলাৰ ম’হবন্ধাৰ এৰালতলী পথাৰত চাৰিদিনীয়া কাৰ্যসূচীৰে আয়োজিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। আজি অধিৱেশনৰ দ্বিতীয় দিনটোত পুৱা পৰিৱেশ নিকাকৰণ, প্ৰাতঃপ্ৰসংগ আৰু নাম প্ৰসংগৰে কাৰ্যসূচী আৰম্ভ কৰা হয়। দিনৰ ভাগলৈ অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰূপে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰাৰ কথা। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু সাংসদ দিলীপ শ‍ইকীয়াই অতিথিৰূপে অধিৱেশনত অংশগ্ৰহণ কৰিব। অধিৱেশনৰ প্ৰথম দিনত কালি পৰি...