July 31, 2026 10:04 PM
3
ভাৰতৰ সীমান্তৱৰ্তী দক্ষিণ নেপালৰ তেৰাই অঞ্চলৰ কেইবাখনো জিলাত অনির্দিষ্টকালীন সান্ধ্য আইন
ভাৰতৰ সীমান্তৱৰ্তী দক্ষিণ নেপালৰ তেৰাই অঞ্চলৰ কেইবাখনো জিলাত অনির্দিষ্টকালীন সান্ধ্য আইন বলৱৎ কৰা হৈছে। চুবুৰীয়া চুনচাৰিত শেহতীয়াকৈ সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হোৱা প্ৰতিবাদৰ বাবে সান্ধ্য আইন জাৰি কৰা হৈছে। ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পোডেল আৰু প্ৰধানমন্ত্রী বলেন্দ্ৰ শ্বাহে জনসাধাৰণক শান্তি, একতা আৰু শৃংখলা বজাই ৰখাৰ বাবে আহ্বান জনাইছে। এতিয়ালৈ হিংসাত্মক ঘটনাত ৩ জন লোকৰ মৃত্যু হৈছে। প্ৰশাসনে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছে।