January 21, 2025 8:40 PM

views 17

দক্ষিণ কোৰিয়াত এগৰাকী মন্ত্ৰীৰ লগতে কেইবাটাও ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতবিনিময়

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দক্ষিণ কোৰিয়াৰ ৰাজধানী ছিউলত দেশখনৰ এগৰাকী মন্ত্ৰীৰ লগতে কেইবাটাও ঔদ্যোগিক প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে। অহা ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ'বলগীয়া এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণলৈ বিদেশী বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ উদ্দেশ্যেৰে দক্ষিণ কোৰিয়া আৰু জাপান ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীয়ে আজি দক্ষিণ কোৰিয়াৰ এছ এম ই আৰু ষ্টাৰ্টআপ মন্ত্ৰী অ’হ য়ংজুক সাক্ষাৎ কৰি অসম আৰু দক্ষিণ কোৰিয়াৰ উদ্যোগ আৰু ষ্টার্টআপসমূহৰ মাজত সহযোগিতা ৰক্ষা সন্দৰ্ভত আলোচনা ক...