July 16, 2026 8:26 PM
3
চোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কর্তৃপক্ষক নির্দেশ দিল্লী উচ্চ ন্যায়ালয়ৰ
দিল্লী উচ্চ ন্যায়ালয়ে আজি সমাজকর্মী চোনম ৱাংচুকৰ স্বাস্থ্য দৈনিক নিৰীক্ষণ কৰিবলৈ কর্তৃপক্ষসমূহক নির্দেশ দিয়ে। মুখ্য ন্যায়াধীশ বি কে উপাধ্যায় আৰু ন্যায়াধীশ তেজস কৰিয়াক লৈ গঠিত এখন বিচাৰপীঠে কয়, যে নতুন দিল্লীৰ যন্তৰ-মন্তৰত অনির্দিষ্ট কাললৈ অনশন কৰি থকা ৱাংচুকৰ স্বাস্থ্য পৰীক্ষা চৰকাৰী চিকিৎসকে নিয়মীয়াভাৱে কৰা উচিত। কেন্দ্ৰীয় আৰু দিল্লী চৰকাৰৰ হৈ ওকালতি কৰা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই শুনানিৰ সময়ত কয়, যে প্ৰতিগৰাকী ব্যক্তিৰ জীৱন অমূল্য আৰু ৱাংচুকৰ নিয়মীয়া স্বাস্থ্য পৰীক্ষাক লৈ কোনোধৰণৰ আপত্তি থাক...