January 6, 2025 12:24 PM

views 28

শিৱসাগৰ জিলাৰ মাদুৰিত জয়মতী স্মৃতিক্ষেত্ৰৰ লাইখুঁটা স্থাপন

টাই আহোম উন্নয়ন পৰিষদৰ উদ্যোগত কালি শিৱসাগৰ জিলাৰ মাদুৰিত জয়মতী স্মৃতিক্ষেত্ৰৰ লাইখুঁটা স্থাপন কৰা হয়। এই অনুষ্ঠানত ভাগ লৈ ৰাজ্যসভাৰ সদস্য তথা কেন্দ্ৰীয় চৰকাৰৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই কয়, যে জয়মতী কেৱল আহোমৰেই নহয়, সমগ্ৰ অসমীয়া জাতিৰ শ্ৰদ্ধেয় এক সত্তা। ইয়াৰ পূৰ্বে বিজেপি দলৰ বাহিৰে আন কোনো ৰাজনৈতিক দলে দিল্লীত লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি স্থাপন কৰি বিশ্বৰ সন্মুখত জিলিকাই ৰখা, দেশৰ আন ঐতিহাসিক আৰু সাংস্কৃতিক স্থানৰ লগতে চৰাইদেউলৈ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ স্বীকৃ...