June 19, 2026 12:42 PM

views 17

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমন বিশেষ ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত

কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে বিশেষ ভ্রমণসূচীৰে কালি গুৱাহাটীত উপস্থিত হয়। কেন্দ্রীয় মন্ত্ৰীগৰাকীক বিমান বন্দৰত মুখ্যমন্ত্রী ৬০ হিমন্ত বিশ্ব শর্মা, ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া, প্রশাসনিক কর্মচাৰী তথা বিজেপিৰ কেইবাগৰাকী নেতাই আদৰণি জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° শৰ্মাই কয়, যে অষ্টলক্ষ্মীৰ আশা-আকাংক্ষাৰ লগতে উন্নয়নৰ যাত্ৰাত সদায়ে কেন্দ্রীয় বিত্তমন্ত্ৰীগৰাকীৰ সহযোগিতা লাভ কৰি অহা হৈছে। শ্রীমতী সীতাৰমনে উত্তৰ-পূৰ্বাঞ্চলৰ বিকাশক নতুন গতি প্ৰদানৰ বাবে অহোপুৰুষাৰ্থ কৰি আহিছে বুলি মুখ্যমন...