November 7, 2025 7:57 PM

views 43

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত অব্যাহত

ছিংগাপুৰত জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে জাৰি কৰা চমনৰ ভিত্তিত আজি শিল্পীগৰাকীৰ প্ৰাক্তন মেনেজাৰ তাৰছেম মিটাল উলুবাৰীৰ চি আই ডিৰ কাৰ্যালয়ত হাজিৰ হয়। তদন্তকাৰী বিষয়াই ইতিমধ্যে প্রাক্তন মেনেজাৰগৰাকীক সোধা-পোছা আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটে এই পৰ্য্যন্ত ১০০ৰো অধিক লোকৰ ভাষ্য গ্রহণ কৰিছে। একেদৰে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সৌমিত্ৰ শ‍ইকীয়া নেতৃত্বাধীন এজনীয়া ন্যায়িক আয়োগতো জুবিন গাৰ্গৰ মৃত্যুৰ ঘ...