March 24, 2025 8:16 PM

views 18

ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্ৰহণ

দ্বিপাক্ষিক সম্পর্ক শক্তিশালী কৰাৰ পদক্ষেপৰ অংশ হিচাপে ছিংগাপুৰ চৰকাৰৰ আমন্ত্ৰণ মৰ্মে দেশখন ভ্ৰমণলৈ যোৱা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ছিংগাপুৰ সামুদ্রিক সপ্তাহৰ উদ্বোধনী অনুষ্ঠানত অংশ লয়। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী শ্ৰী সোণোৱালে এই অনুষ্ঠানত অংশ লৈ ভাৰতৰ সৈতে দেশখনৰ ক্ৰমবৰ্ধমান সামুদ্রিক সম্পৰ্কৰ সন্দৰ্ভত আলোকপাত কৰে। মন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় সামুদ্রিক সমাৱেশত দেশক প্রতিনিধিত্ব কৰাটো সন্মানৰ বিষয় বুলি মত প্ৰকাশ কৰে। তেওঁ কয়, যে ভাৰতৰ প্ৰতি বিশ্বব্যাপী ...