August 5, 2026 4:44 PM
13
কমনৱেল্ল্থ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ লাভলীনা বৰগোঁহাইৰ
গ্লাচগত অনুষ্ঠিত কমনৱেল্ল্থ গেমছত ৰূপৰ পদক জয়েৰে অসমৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোঁহাই আজি গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰত আদৰণি জনোৱা হয়। বিমান বন্দৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীকে ধৰি বিভিন্ন দল সংগঠনে ফুলাম গামোচা, জাপি আৰু ফুলৰ থোপাৰে খেলুৱৈগৰাকীক আদৰণি জনায়। সাংবাদিকৰ আগত লাভলীনাই তৃতীয়বাৰৰ বাবে অৱতীৰ্ণ হোৱা কমনৱেল্থ গেমছত এইবাৰ প্ৰথমটো ৰূপৰ পদক জয় কৰি আনন্দ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত এছিয়ান গেমছত স্বর্ণ পদক জয়ৰ বাবে চেষ্টা চ...