March 13, 2025 8:31 PM

views 12

শিলচৰত অহা ৩ মাহৰ ভিতৰত উৰণ সেতু নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হ’বঃ কৌশিক ৰায়

শিলচৰত অহা তিনি মাহৰ ভিতৰত উৰণ সেতু নিৰ্মাণৰ প্ৰাৰম্ভিক কাম আৰম্ভ হ'ব বুলি বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে প্ৰকাশ কৰিছে। আজি কাছাৰ জিলা বিজেপিৰ কাৰ্যালয়ত চলিত বছৰৰ ৰাজ্যিক বাজেট সন্দৰ্ভত আয়োজিত সংবাদমেলত মন্ত্ৰীগৰাকীয়ে এই বাজেটক ঐতিহাসিক আৰু দূৰদৰ্শী বুলি অভিহিত কৰে। বৰাক উপত্যাকাৰ উন্নয়নমূলক কামকাজৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে শ্ৰীকোনাত নিৰ্মিয়মাণ ক্ষুদ্র সচিবালয়ৰ কাম এই বছৰৰ ছেপ্তেম্বৰৰ পৰা অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণা অনুসৰি...