August 21, 2026 7:28 PM

views 36

শিক্ষা যাত্রা: প্রত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীর্ষক বিশেষ পদক্ষেপ আৰম্ভ সমগ্র শিক্ষা অসমৰ

সমগ্র শিক্ষা অসমে শিক্ষা যাত্রা: প্রত্যাহ্বানৰ পৰা আকাংক্ষালৈ শীর্ষক বিশেষ পদক্ষেপ আৰম্ভ কৰিছে। ২০২৬-২৭ বিত্তীয় বর্ষত বিদ্যালয়ৰ বর্হিভূত শিশুসকলক চিনাক্ত কৰি বিদ্যালয়ত নামভৰ্তি কৰাই পুনৰ শিক্ষাৰ মূলসুঁতিলৈ ঘূৰাই অনাৰ ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এই পদক্ষেপ লোৱা হৈছে। গুৱাহাটীৰ জ্যোতি-বিষ্ণু আন্তর্জাতিক কলা মন্দিৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত অংশ লৈ শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে কয়, যে ইয়াৰ অধীনত সমগ্ৰ শিক্ষাৰ জিলা গুণগত মান ব্যৱস্থাপক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে প্রথমে বিদ্যালয় আধাতে ...