February 13, 2025 8:54 PM

views 39

ছিকিমৰ উত্তৰ-পূব অংশত তুষাৰপাতৰ ফলত বন্ধ হোৱা প্ৰধান পথসমূহ মুকলিৰ ব্যৱস্থা সীমান্ত পথ সংস্থাৰ

ছিকিমৰ উত্তৰ আৰু পূব-অংশত হোৱা তুষাৰপাতৰ ফলত বন্ধ হৈ পৰা প্ৰধান পথসমূহ মুকলি কৰাৰ বাবে সীমান্ত পথ সংস্থা B.R.Oএ ব্যৱস্থা গ্ৰহণ কৰিছে। লাছুং আৰু লাছেন অক্ষৰ কৌশলগত পথৰ লগতে নাথুলা আৰু টামজেৰ ঘাইপথছোৱা বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ বাবে আৰ্থসামাজিক কামকাজত ব্যাঘাত জন্মিছে। স্বস্তিক প্ৰকল্পৰ অধীনত 758 বি আৰ টি এফ দলে অত্যাৱশ্যকীয় সামগ্ৰীৰ যোগান আৰু সামৰিক বাহিনীৰ বাহনসমূহৰ সুগম যাতায়াতৰ বাবে পথ মুকলি কৰিবলৈ গধুৰ যন্ত্ৰপাতি আৰু মানৱ শক্তিৰ ব্যৱহাৰ কৰিছে। প্ৰবল শীত, বতাহ আৰু তুষাৰপাতৰ মাজতো B.R.O ৰ লোক...