November 30, 2025 11:38 AM

views 59

থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছিহাচক ফুৱাঙকেটকিউ চাৰিদিনীয়া ভাৰত ভ্ৰমণ সূচীৰে দিল্লীত উপস্থিত

থাইলেণ্ডৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ছিহাচক ফুৱাঙকেটকিউ চাৰি দিনীয়া ভাৰত ভ্ৰমণ সূচীলৈ দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে যোৱা নিশা তেওঁক আদৰণি জনাই কয়, যে এই ভ্ৰমণৰ ফলত দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব আৰু স্থায়ী সম্পর্ক শক্তিশালী হ'ব বুলি আশা কৰা হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনাইছে যে ফুৱাঙকেটকিউৱে আজি দিল্লীত বিভিন্ন আনুষ্ঠানিক কার্যসূচীত অংশগ্ৰহণ কৰিব। তেওঁ কাইলৈ হায়দৰাবাদ হাউচত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰৰ সৈতে দ্বিপাক্ষিক বৈঠ...