June 19, 2024 9:00 PM

views 27

বিশ্ব Sickle cell ৰক্তাল্পতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বক্তব্য

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, Sickle cell ৰক্তাল্পতা ৰোগ সম্পৰ্কীয় প্ৰত্যাহ্বানসমূহ দূৰ কৰিবলৈ চৰকাৰে প্ৰযুক্তিৰ সামৰ্থ ব্যৱহাৰ কৰিছে। বিশ্ব Sickle cell ৰক্তাল্পতা দিৱস উপলক্ষে শ্রীমোদীয়ে এই ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ প্ৰতিশ্ৰুতিবদ্ধতাক দোহাৰে। সামাজিক মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা এটা বাৰ্তাত তেওঁ কয় যে, কেন্দ্ৰই ৰাষ্ট্ৰীয় Sickle cell ৰক্তাল্পতা দূৰীকৰণ অভিযান মুকলি কৰাৰ লগতে এই ৰোগৰ সাৰ্বজনীন পৰীক্ষা, শীঘ্ৰে নির্ণয়, সঠিক যত্ন, তথা সজাগতা সৃষ্টিকে ধৰি বিভিন্ন দিশ সন্দৰ্ভত কাম কৰি ...