July 26, 2026 11:06 AM

views 26

শিৱসাগৰ জিলা প্ৰশাসনৰ জিলাখনৰ বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত অসাধু বাণিজ্যিক কার্যকলাপৰ বিৰুদ্ধে আকস্মিক অভিযান

শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত কালি খাদ্য আৰু অসামৰিক যোগান তথা গ্রাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে জিলাখনৰ বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত আকস্মিক অভিযান চলায়। উল্লেখযোগ্য যে, চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসাধীয়ে অত্যাবশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পাছতেই এই অভিযান আৰম্ভ কৰা হয়।  জিলা প্রশাসনে চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয়া সামগ্ৰীৰ মূল্য নীতি বহিঃর্ভূতভাবে মজুত ৰখা আৰু আন কোনো অসাধু বাণিজ্যিক কার্যকলা...