October 8, 2025 12:25 PM

views 61

বিত্তীয় খেলিমেলি সন্দৰ্ভত চিআইডিৰ কাৰ্যালয়ত শ্যামকানু মহন্তক ইডিৰ জেৰা

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ সমান্তৰালভাৱে সংঘটিত বৃহৎ বিত্তীয় খেলিমেলি সন্দৰ্ভতো তদন্ত অব্যাহত আছে। এই উদ্দেশ্যে কালি চি আই ডিৰ কাৰ্যালয়ত বিধি বলৱৎকাৰী সঞ্চালকালয়ৰ দল উপস্থিত হৈ শ্যামকানু মহন্তক দীঘলীয়া সময় জুৰি পুনৰ জেৰা কৰে। ই ডিৰ গুৱাহাটী মণ্ডলৰ বিষয়াই কালি নিশাৰ ভাগত চি আই ডিৰ কাৰ্যালয়লৈ গৈ এছ আই টিয়ে জব্দ কৰা তেওঁৰ অৰ্থনৈতিক অপৰাধ সংক্ৰান্তীয় নথি পত্ৰ পুনৰ পৰীক্ষা কৰে। এছ আই টিৰ অভিযানৰ সময়ত শ্যামকানু মহন্তৰ বাসগৃহৰ পৰা জব্দ কৰা তেওঁৰ ব্যৱসায় আৰু আৰ্থিক জালিয়াতি সম্পৰ্ক...