November 30, 2024 8:22 PM

views 46

চুৰাটৰ কিমত বুলেট ট্ৰেইন চলাচলৰ শ্লেব নিৰ্মাণৰ সুবিধাৰ লগতে আনুসংগিক আন দিশসমূহ পৰিদৰ্শন কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

গুজৰাটলৈ এদিনীয়া ভ্রমণসূচীৰে যোৱা কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে আজি চুৰাটৰ কিমত বুলেট ট্ৰেইন চলাচলৰ শ্লেব নিৰ্মাণৰ সুবিধাৰ লগতে আনুসংগিক আন দিশসমূহ পৰিদৰ্শন কৰে। সংবাদ মাধ্যমৰ আগত শ্ৰী বৈষ্ণৱে কয়, যে অত্যাধুনিক প্রযুক্তিৰে এয়া হৈছে দেশৰ ভিতৰত সৰ্ববৃহৎ নিৰ্মাণৰ সুবিধা। মন্ত্ৰীগৰাকীয়ে লগতে কয়, যে অনাগত বৰ্ষসমূহত দেশৰ বিভিন্ন নিৰ্মাণৰ কামত এই সুবিধা বিশেষ হিচাপে পৰিগণিত হ'ব। তেওঁ লগতে বদোদৰা জিলাৰ লখোদা প্লাছাৰ ইণ্ডিয়া ফেক্টৰী পৰিদৰ্শন কৰে। এই কাৰখানাটো হৈছে ৰে'লৱে ট্র...