May 14, 2025 10:12 AM

views 28

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত ৰাষ্ট্ৰজুৰি ‘সৌর্য সন্মান যাত্রা’ শীর্ষক ত্ৰিৰংগা যাত্রাৰ আয়োজন

অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত সশস্ত্র বাহিনীৰ বীৰত্বক উদযাপনৰ উদ্দেশ্যে ৰাষ্ট্ৰজুৰি আৰম্ভ হোৱা সৌর্য সন্মান যাত্রা শীর্ষক ত্ৰিৰংগা যাত্রা কালি নতুন দিল্লীত আয়োজন কৰা হয়। কৰ্তব্য পথৰ পৰা ইণ্ডিয়া গেটৰ যুদ্ধ স্মাৰকলৈ কৰা এই যাত্ৰাত দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা, বিজেপিৰ সাধাৰণ সচিব তৰুণ চুঘ আৰু অন্যান্য মন্ত্ৰী, সাংসদকে ধৰি জনসাধাৰণে অংশগ্ৰহণ কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত অপাৰেচন সিন্দূৰৰ সাফল্য দেশবাসীৰ বাবে গৌৰৱৰ বিষয় বুলি উল্লেখ কৰে। অসমতো আজি বিয়লি ...