June 11, 2024 9:07 PM

views 35

ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ’ব বিজেপিৰ জ্যেষ্ঠ বিধায়ক মোহন চৰণ মাঝি

বিজেপিৰ জ্যেষ্ঠ বিধায়ক মোহন চৰণ মাঝি ওড়িশাৰ নতুন মুখ্যমন্ত্ৰী হ’ব। কেন্দ্ৰীয় পর্যৱেক্ষক তথা কেন্দ্রীয় মন্ত্রীদ্বয় ৰাজনাথ সিং আৰু ভূপেন্দ্ৰৰ যাদৱৰ উপস্থিতিত বিজেপিৰ বিধায়িনী দলে ৫২ বছৰীয়া মাঝিক সৰ্বসন্মতিক্রমে নিজৰ নেতা হিচাপে নিৰ্বাচিত কৰে। মোহন চৰণ মাঝি ২০০০, ২০০৪, ২০১৯ আৰু ২০২৪ত মুঠ চাৰিবাৰ কেওঝাৰ সমষ্টিৰ পৰা নিৰ্বাচিত হৈছে। বিজেপিয়ে কনক ৱর্ধন সিং দেও আৰু প্ৰভাতী পাৰিদাক উপ-মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত কৰে। প্ৰাক্তন মন্ত্রী শ্রীসিং দেওৱে পাটনাগড় সমষ্টিক প্রতিনিধিত্ব কৰাৰ বিপৰীতে শ্রী...