January 11, 2026 8:55 PM

views 33

কলকাতাৰ I-PAC কাৰ্যালয়ত EDৰ অনুসন্ধানকালত পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ হস্তক্ষেপ কাৰ্যক বিজেপিৰ সমালোচনা

কলকাতাৰ I-PAC ৰাজনৈতিক পৰামৰ্শ সংস্থাৰ কাৰ্যালয়ত বিধি বলবৎকাৰী সঞ্চালকালয়ে চলোৱা অনুসন্ধানকালত তৃণমূল কংগ্ৰেছৰ মুৰববী তথা পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে হস্তক্ষেপ কৰাৰ কথা উল্লেখ কৰি বিজেপিয়ে তেওঁক সমালোচনা কৰিছে। নতুন দিল্লীত এখন সংবাদমেলত জ্যেষ্ঠ বিজেপিৰ নেতা ৰবিশংকৰ প্ৰসাদে মুখ্যমন্ত্ৰীগৰাকীক সংস্থাটোৰ কাৰ্যালয়ত উপস্থিত হোৱাৰ সিদ্ধান্ত লোৱা সন্দৰ্ভত প্রশ্ন উত্থাপন কৰি কয়, যে সংস্থাটোৰ কাৰ্যালয় কোনো দলীয় নেতাৰ আবাসগৃহ বা তৃণমূল কংগ্ৰেছৰ কার্যস্থলী নহয়। তেওঁ লগতে পশ্চিমবংগ বিধানসভাৰ বি...