October 4, 2026 1:00 PM
5
দেশৰ বিভিন্ন প্রান্তত ছেখন ইন্ডিয়া এয়াৰফোৰ্চ মাৰাথন দৌৰৰ আয়োজন
১৯৭১ চনৰ ভাৰত-পাকিস্তান যুদ্ধত দেশৰ সুৰক্ষাৰ বাবে সাহসীৰে যুঁজি প্রাণ আহুতি দিয়া ফ্লাইং অফিচাৰ নিৰ্মলজিৎ সিং ছেখনৰ বীৰত্বৰ প্ৰতি সন্মান জনাই আজি দেশৰ বিভিন্ন প্রান্তত ছেখন ইন্ডিয়া এয়াৰফোৰ্চ মাৰাথন দৌৰৰ আয়োজন কৰা হৈছে। গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্পতো আজি এই দৌৰৰ আয়োজন কৰা হয়। এই বিশেষ মাৰাথনত প্রায় ৩৫০০ গৰাকী প্রতিযোগীয়ে অংশগ্ৰহণ কৰে। মাৰাথনৰ লগতে গুৱাহাটীত গৰুড় কামাণ্ডোৰ বিশেষ প্রদর্শন অনুষ্ঠিত হয়। ইয়াৰ উপৰি বায়ুসেনাৰ অত্যাধুনিক মাৰনাস্ত্ৰ আৰু সামৰিক সঁজুলিৰ প্ৰদৰ্...