November 13, 2025 8:37 PM

views 58

কেন্দ্ৰীয় চৰকাৰৰ বীজ বিধেয়ক ২০২৫ৰ খচৰা প্ৰস্তুত

চৰকাৰে বৰ্তমানৰ কৃষি আৰু নিয়ন্ত্ৰণ আৱশ্যকতা অনুসৰি বীজ বিধেয়কৰ ২০২৫ৰ খচৰা প্ৰস্তুত কৰি উলিয়াইছে। প্ৰস্তাৱিত বিধায়কখনে বীজ আইন ১৯৬৬ আৰু বীজ নিয়ন্ত্ৰণ নির্দেশ ১৯৮৩ৰ ঠাই ল'ব বুলি কৃষি আৰু কৃষককল্যাণ মন্ত্ৰ্যালয়ে প্রকাশ কৰিছে। মন্ত্ৰ্যালয়ে নতুন বিধায়কখনৰ জৰিয়তে কৃষসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ লগতে বীজ যোগান শৃংখলাৰ স্বচ্ছতা আৰু উত্তৰ দায়িত্ব সুনিশ্চিত কৰিব বিচৰা গৈছে বুলি জানিবলৈ দিছে। বিধায়কখনৰ জৰিয়তে বীজৰ মান নিয়ন্ত্ৰণৰ লগতে কৃষকলে যাতে বহন সাধ্য দৰত উচ্চমানৰ বীজ লাভ কৰে সেয়া সুনিশ্চিত ...