October 29, 2026 12:53 PM
11
বজাৰ নিয়ন্ত্ৰক ছেবি আৰু বেংক অৱ ইংলেণ্ডৰ মাজত সহযোগিতা শক্তিশালী কৰাৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰিত
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী কাং চিন চুলৰ মাজত ফিলিপিন্সৰ চেবুত কালি এখন ফলপ্রসূ দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। আছিয়ান ৰাষ্ট্ৰগোষ্ঠীৰ দেশসমূহৰ প্ৰতিৰক্ষা মন্ত্ৰীসকলৰ ত্ৰয়োদশ বৈঠক, এ ডি ডি এম-প্লাছৰ আপাহতে এই দ্বিপাক্ষিক বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ সময়ত দুয়োগৰাকী নেতাই উভয় দেশৰ মাজত থকা প্ৰতিৰক্ষা সহযোগিতা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰে বুলি প্ৰতিৰক্ষা মন্ত্রালয়ে জানিবলৈ দিছে। আলোচনাকালত দুয়োগৰাকী মন্ত্ৰীয়ে ভাৰত-প্রশান্ত মহাসাগৰীয...