September 8, 2026 7:55 PM
7
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ জাননী জাৰি
অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে উজনিত বানৰ ফলত হোৱা ক্ষয়-ক্ষতি আৰু লোকপিয়লৰ কাম-কাজৰ পৰিপ্ৰেক্ষিতত চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা ফেব্ৰুৱাৰীত অনুষ্ঠিত নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে আজি জাৰি কৰা জাননী অনুসৰি ৰাজ্যৰ বিদ্যালয়সমূহত অহা বছৰৰ ২২ ফেব্ৰুৱাৰীলৈ দশম শ্রেণী আৰু ৮ মার্চলৈ দ্বাদশ শ্রেণীৰ পাঠদান অব্যাহত থাকিব। হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সূচী সম্পর্কে পৰৱৰ্তী সময়ত সিদ্ধান্ত গ্ৰহণ কৰ...