July 13, 2026 12:35 PM

views 23

আন্তঃৰাষ্ট্ৰীয় পদার্থ বিজ্ঞান অলিম্পিয়াড আই পি এইচ অ’ ২০২৬ত ৫গৰাকী ভাৰতীয় ছাত্রৰ সোণৰ পদক লাভ

কলম্বিয়াৰ বুকাৰামংগাত অনুষ্ঠিত ৫৬ সংখ্যক আন্তঃৰাষ্ট্ৰীয় পদার্থ বিজ্ঞান অলিম্পিয়াড আই পি এইচ অ' ২০২৬ত পাঁচগৰাকী ভাৰতীয় ছাত্রই সোণৰ পদক লাভ কৰিছে। এই যুৱ পদার্থ বিজ্ঞানীসকলে অসাধাৰণ প্ৰদৰ্শন আগবঢ়াই দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। পুনেৰ কনিষ্ক জৈন, ইন্দোৰৰ ৰিদ্ধেশ অনন্ত বেণ্ডেলে, নতুন দিল্লীৰ ঋষিত গাৰ্গ, মুম্বাইৰ শ্ৰেষ্ঠ সূৰায় আৰু আহমেদাবাদৰ স্বৰীত যোশীয়ে স্বর্ণ পদক লাভ কৰিছে। এই সাফল্যৰ জৰিয়তে ভাৰতে ৮৭খন দেশৰ ৩৮১ জন ছাত্ৰ-ছাত্ৰীৰ ভিতৰত ৰাছিয়া, চীন, কাজাখস্তান, দক্ষিণ কোৰিয়া, আৰু টাইৱানৰ সৈতে যৌথভাৱে প্রথ...