February 4, 2025 1:07 PM

views 18

অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ পৰিৱৰ্তে ডিটেনচন শিবিৰত ৰখা বিষয়ক লৈ কেন্দ্রীয় চৰকাৰক উচ্চতম ন্যায়ালয়ৰ জবাবদিহি

অবৈধ অনুপ্ৰৱেশকাৰীক বহিষ্কাৰৰ পৰিৱৰ্তে ডিটেনচন শিবিৰত ৰখা বিষয়ক লৈ উচ্চতম ন্যায়ালয়ে কেন্দ্রীয় চৰকাৰক জবাবদিহি কৰিছে। ন্যায়ালয়ে বিদেশী আইন ১৯৪৬ মতে অবৈধ বিদেশীৰ চিনাক্তকৰণ আৰু বহিষ্কাৰৰ ক্ষেত্ৰত থকা স্পষ্ট ব্যৱস্থা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে ২০০৯ চনতে নির্দেশনা জাৰী কৰাৰ পাছতো আইনীভাৱে চিনাক্ত অবৈধ বিদেশী তথা অনুপ্ৰৱেশকাৰীক বহিষ্কাৰ নকৰি কিয় অনিৰ্দিষ্ট সময়লৈ ডিটেনচন শিবিৰত ৰখা হৈছে সেই সন্দৰ্ভত ব্যাখ্যা বিচাৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ অবৈধ বিদেশীৰ বহিষ্কাৰ সম্পৰ্কীয় ২০০৯ চনৰ ন...