May 10, 2025 11:23 AM

views 23

মুম্বাইত বিভিন্ন সংস্থাৰ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰ্যালোচনা বৈঠক

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি মুম্বাইত বিভিন্ন সংস্থাৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকত মিলিত হয়। সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ সামুদ্রিক প্রকল্পসমূহৰ যাৱতীয় দিশৰ বুজ লয় আৰু ব্যৱসায় স্বাভাৱিক হৈ থকাটো নিশ্চিত কৰিবৰ বাবে বিষয়াসকলক নির্দেশ দিয়ে। শ্রীসোণোৱালে লগতে সামগ্ৰী পৰিবহণকাৰী জাহাজৰ নিয়মীয়া চলাচল সুনিশ্চিত কৰাৰ বাবে বিভিন্ন দিশৰ পৰ্যালোচনা কৰে। বৈঠকত ভাৰতৰ জাহাজ পৰিবহণ নিগম, জৱাহৰলাল নেহৰু...