July 13, 2026 8:10 PM

views 26

উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠৰ

প্ৰতিৰক্ষা ৰাজ্যমন্ত্ৰী সঞ্জয় শেঠে আজি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণণক সাক্ষাৎ কৰে আৰু ৰাষ্ট্ৰীয় শিক্ষার্থী বাহিনী আৰু সৈনিক স্কুল সমূহৰ বিষয়ে অৱগত কৰে। উপ ৰাষ্ট্ৰপতি ভৱনত হোৱা এই সাক্ষাত্ৰ সময়ত ৰাষ্ট্ৰ গঠনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অৱদানক প্ৰশংসা কৰি এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ অধীনত কেডেট এক্সেঞ্জ কাৰ্যসূচী ৰাষ্ট্ৰীয় সংহতি সুদৃঢ় কৰাৰ ক্ষেত্ৰত এক উত্তপ পদক্ষেপ বুলি অভিহিত কৰে। তেওঁ নিচামুক্ত ভাৰত অভিযান আৰু স্বচ্ছ ভাৰত অভিযানকে ধৰি এন চি চিৰ পদক্ষেপসমূহক ভূয়সী প্ৰশংসা কৰে। এন চি চিৰ প্ৰাক...